অসম গৌৰৱ- গোলাপ ৰাভা

ল’ৰাজন সৰুৰে পৰা খীন আছিল। অৱশ্যে খীন থকাটো বেয়া নহয় যদিও সঠিক ভাবে গাৰ গঠন নোহোৱাত একেবাৰে হীনমান্যতাত ভুগিছিল। সেইয়েহে তেওঁ সিদ্ধান্ত ল’লে যে জিম জইন কৰিব।সিদ্ধান্ত মৰ্মে সঠিক গাৰ গঠনৰ বাবে জিমত জইন কৰিল।আৰু কেইমাহ মানৰ ভিতৰতে ইখনৰ পিছত সিখন ঠাইত Body Building Competition ত অংশগ্ৰহণ কৰি বিজয়ী হ’ল। আটাইতকৈ সুখৰ কথা যে তেওঁ অহা ১৫ অক্টোবৰত ইটালীৰ স্লোভেনিয়াত অনুস্থিত হব লগা Mr. Universe প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।   
এই বিশেষ ল’ৰাজন কোন জানেনে? তেওঁ বকোৰ গোলাপ ৰাভা।বকোৰ কলিয়াবড়ী নামৰ এখন সৰু ঠাইৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অংশগ্ৰহণৰ বাবে যাবৰ সুযোগ পোৱা গোলাপ ৰাভাৰ এই খবৰটো আমাৰ সকলোৰে বাবে ভাল খবৰ।

ভাগ্য যেতিয়া সুপ্ৰসন্ন হয় তাক কোনেও ৰোধিব নোৱাৰে। গোলাপ ৰাভাৰ ক্ষেত্ৰতোও ঠিক তেনেকুৱা হ’ল। জিমত গৈ গৈ যেতিয়া গাৰ গঠন অধিক আকৰ্ষণীয় হৈ পৰিল অৰ্থাৎ সুগঢ়ী হৈ উঠিল। এদিন ৰাভাক প্ৰশিক্ষকে গুৱাহাটীত অনুস্থিত এখন Body Building প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পৰামৰ্শ দিয়ে। সেইমতে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে যদিও পৰাজয় হয়। সেই পৰাজয়ৰ বাবে গোলাপ ৰাভা বিচলিত নহ’ল।পৰবৰ্ত্তী ময়ত দুগুণ উৎসাহেৰে প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰাত বহুকেইখন প্ৰতিযোগিতাত বিজয়ৰ মুখ দেখিবলৈ সক্ষম হয়।শেহতীয়াকৈ তেওঁ আন্তৰাষ্ট্ৰীয় পৰ্য্যয়ত অংশগ্ৰহণৰ বতৰা জানিবলৈ পাই NE FOCUS ৰ ফালৰ পৰা কথা পাতিছিলো। ৰাভাই আমাক এনেদৰে জনাই, মই অত্যন্ত সুখী যে ইমান এটা ডাঙৰ প্লেটফৰ্মত নিজকে প্ৰকাশ কৰিব পাৰিম!অহা ১৫ অক্টোবৰত মই আৰু মোৰ ৩ জন সতীৰ্থ অংশগ্ৰহণৰ বাবে ইটালীলৈ যাম।ইয়াৰ বাবে দৈনিক অনুশীলন অব্যাহত ৰাখিছো। খোজ কাঢ়িছো, CYCLING কৰিছো, জিম কৰিছো। ইয়াৰ বাবে প্ৰচুৰ পৰিনাণে পানী সেৱন কৰিছো। সনগ্ৰ অসমবাসীক অনুৰোধ জনাও যে প্ৰাৰ্থনা কৰিব যাতে মই বিজ্য়ী হও। এই ভাষ্য গোলাপ ৰাভাৰ..।

 

উল্লেখযোগ্য যে গোলাপ ৰাভাই ইতিমধ্যে MR. KAMRUP, MR. LUIT, MR. ASSAM, MR. INDIA. MR. EASTERN INDIA খিতাপ বিভিন্ন ঠাইত বহু বাৰ লাভ কৰিছে। এবাৰো যাতে বিজয়ী হয় আমাৰ ফালৰ পৰা শুভকামনা থাকিল।
Comments (17)
Add Comment
  • Litan talukdar

    Jai Aai Asom.

  • Golap Rabha

    Thank u so much

  • Hiranya Das

    Good luck

  • Partha protim Gogoi

    Apuni Joye uboi .. Gulap da hubhasya thakile .

  • Ramen choudhury

    All the best…

  • Ramen choudhury

    ALL THE BEST….WE PROUD FOR U

  • Bapan Roy

    Best of luck..

  • Bitu paul

    Aapuni jikibo mur biswakh ase

  • Mana Mohan Rabha

    All the best. We are all proud of you…

  • Jyoti P Talukdar

    Jai Aai Axom…. Best of Luck..????

  • Putnam boro (Santola)

    I proud of Indian and you are Assam boy . I pried of you… Best of luck golap da

  • Naba das

    Gud luck bro Hiranya come on

  • Simee baruah

    Best of luck for future…

  • Sri Labonu Rajkonwar,Namrup

    Huveissa jasilu teoloi.

  • Pintu Talukdar

    All the best

  • Mrinal Kr Rabha

    Jikiboi lagibo aaro…. Hehe….. jokes apart…u r d champ… Ull surly get success… God bless u… Gud luck..