কানাডা চলচিত্ৰ মহোৎসৱত সন্মান আজুৰিলে বড়ো অভিনেত্ৰীয়ে

কানাডাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সন্মানিত হৈছে বড়ো অভিনেত্ৰী পানছি ব্ৰহ্ম।
Dusk ছবিখনৰ বাবে তেওঁ সন্মানিত হৈছে।এই ছবিখন পৰিচালনা কৰিছে উজ্বল প’লে আৰু সহযোগী অভিনেতা মনোজ কৰে।উল্লেখযোগ্য যে পানছি ব্ৰহ্ময়ে আন্তৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ সন্মানৰ বাবে নিৰ্বাচিত হৈছে।আন্ত:ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত নিৰ্বাচিত হোৱা পানছি ব্ৰহ্ম প্ৰথমগৰাকী বড়ো অভিনেত্ৰী।

Comments (0)
Add Comment