ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ ইছৰোৱে চলিত বৰ্ষৰ ৭ নৱেম্বৰত এটা উপগ্ৰহ মুকলি কৰিব।জানিব পৰা মতে ৭ নৱেম্বৰৰ ৩.২ মিনিটত অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ভৱনত স্পেচ চেণ্টাৰত এই উপগ্ৰহটো আনুষ্ঠানিক ভাৱে মুকলি কৰিব।
এই উপগ্ৰহ ভাৰতীয় সেনাৰ বাবে বহু সহায়ক হ’ব। শত্ৰুৰ অৱস্থিতিৰ পৰা আৰম্ভ কৰি বতৰৰ দুৰ্যোগৰ সম্পৰ্কেও উমান পাব পাৰিব।
৭নৱেম্বৰত ইছৰোৱে এটা উপগ্ৰহ মুকলি কৰিব
