ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

নদীৰো আছে লহৰ,

যিদৰে থাকে গানৰ লহৰ।।

নদীৰ লহৰৰ কিছু মনোমোহা চিত্ৰ  লেন্সেৰে ধৰি ৰাখি আমালৈ প্ৰেৰণ কৰিলে জয়ন্ত গোস্বামীয়ে। আশা কৰিছো ফটো কেইখন চাই ভাল পাব।

Comments (1)
Add Comment