ফটোগ্ৰাফী শিতান – ৰং বিৰঙ

ফটোগ্ৰাফী শিতান – ৰং বিৰঙ

চৰাই আৰু প্ৰকৃতিৰ মাজত অভিন্ন সম্পৰ্ক আছে। চৰাই অবিহনে প্ৰকৃতিৰ পৰা পোৱা মাদকতা ভৰা কণ্ঠ পোৱা জানো সম্ভব ! আমাৰ অসমত স্থানীয়ভাবে বহুতো চৰাই আছে,  যদিও ঋতু অনুযায়ী  নানান চৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আগমণ হয়। চৰাইৰ দুপাখিৰ তথা উত্তৰণ সৌন্দৰ্যত বহু প্ৰকৃতিপ্ৰেমী প্ৰাণ মন ভৰি যায়। হয়টো পৃথিৱীত আজি লৈকে চৰাইক বেয়া পোৱা মানুহ কোনো নাই । আজিৰ ফটোগ্ৰাফী শিতানত পবিতৰা, কজিৰঙা আৰু বুঢ়া চাপৰিত তোলা কেইখন ফটোৰে শিতানটো সজোৱা হৈছে। ফটো কেইখন শোণিতপুৰৰ অভিজিৎ ভট্ৰাচাৰ্য্যৰ । আশা কৰিছো ফটোকেইখন চাই আনন্দ পাব ।

IMG-20160909-WA0026

IMG-20160909-WA0024

IMG-20160909-WA0023

 

Comments (2)
Add Comment
  • namrata koushik

    wwwow…gd job

  • parinita Kaushik

    Just wow..