ফটোগ্ৰাফী শিতান – ৰং বিৰঙ

কোখন ছবিয়ে শব্দহীনভাবে বহু কথা প্ৰকাশ কৰে। ছবিৰো এক ভাষা আছে, হয়টো ছবিয়ে মন মগজুত হৰ্ষ বিষাদ, চেতনা আন্দোলিত কৰিব পাৰে । পাঠক বৃন্দৰ বিপুল দাঁবীৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা ফটোগ্ৰাফী শিতানটো নকে সংযোজন কৰিলো। আজি কেইখনমান বন্যপ্ৰাণীৰ স্থিৰচিত্ৰ প্ৰকাশ কৰিছো। সাধাৰণতে বন্যপ্ৰাণীৰ চিত্ৰ সমূহ তোলাটো এজন ফটোগ্ৰাফাৰৰ কাৰণে খুবেই দুঃ সাহসিক কাৰ্য্য। বহু সময়ত নিজৰ প্ৰাণ লৈয়ো শংকা নকৰি এজন ফটোগ্ৰাফাৰে এই কাৰ্য্য সমাপন কৰে । এই ফটোসমূহ বিভিন্ন উদ্যান যেনে গিৱন অভৰাণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অৰুণাচল Eagle Nest, Wild Life Santuary, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আদিৰ তোলা বিৰল ফটোগ্ৰাফ । ফটো সমূহ প্ৰেৰণ কৰিলে শোণিতপুৰ জামুগুৰিহাটৰ অভিজিৎ ভট্ৰাচাৰ্য্যই।


 

 

 

 

 
 

 
 

Comments (10)
Add Comment
  • abhijit bhattacharjya

    Thanks for publishing my photographs. Wishes for future success of the site.

  • Rajnish Mishra

    Bohut bhal lagil. Specially “bonoria moh” r photo copy. Admin mohudoi, Bhal lagil apunar ei sitan tu.

    • admin

      ধন্যবাদ । আগলৈও সহযোগিতা আগবঢ়াব বুলি কামনা কৰিলো।

  • Rajnish Mishra

    Photographer r photography ru solag noloi nuarilu. Bhobissote aru bhal bhal photo dekha pam.

  • Bhrigu kr Saikia

    Good work jit…….i really proud of u my bro

  • abhijit bhattacharjya

    Dhynabaad Rajnish mishra mahudoy.N bhobisotole aru bhal korar protisutire.

  • abhijit bhattacharjya

    Thank you so much bhrigu kr. Saikia

  • padum bora

    Interesting pictures…. I love the nature…… It inspires me a lot….. so I salute them all who have interest in this field…. I wish to see some more here soon…..

  • abhijit bhattacharjya

    Thank you so much Mr.Padum bora.

  • Biswajit Bhattacharjya

    Excellent photography ..