বিহুৰ বিশেষ ৰং বিৰঙ ফটোগ্ৰাফী শিতান

বসন্ত আহিলে কুলিয়ে বিনালে

ফুলিলে কেতেকী ফুল

গছে বনে ন কুঁহিপাত মেলিলে

দেখি নাযাবা ভোল।

বসন্তত ফুলা কেইবিধমান ফুলৰ ফটোৰে আজিৰ ফটোগ্ৰাফী শিতানটো সজালো। ফটো কেইখন আমালৈ প্ৰেৰণ কৰিলে লেখাংগ ভূঞাই।

Comments (0)
Add Comment