বিহংগ পখীৰ ভিন্নতাই পখীৰ জগত খনকে কেৱল সমৃদ্ধ নকৰে, সমৃদ্ধ কৰে মানুহৰ মন, মগজু আৰু হৃদয়ক।আহকচোন তেনেকেইখনমান ছবিক দৃষ্টি দিও ..