ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

খালী চকুৰে আপুনি বাৰু চন্দ্ৰটোক কেনে দেখে? সেই লোককথাৰ কাহিনীৰ এজনী বুঢ়ী আৰু তুলসী জোপাৰ দৰে নেকি ? মন নাযায়নে চন্দ্ৰটোক নিচেই ওচৰৰ পৰা চাবলৈ! আপোনাৰ আপোনাৰ মন খোৰাকৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰং বিৰঙত চন্দ্ৰৰ এখন চিত্ৰ সন্নিবিষ্ট কৰিলো। লগতে প্ৰকৃতিক সৌন্দৰ্যৰে ভৰপুৰ কেইখন মান ফটো শিতানটোত দিয়া হ’ল। ফটো সমূহ শোণিতপুৰৰ অভিজিৎ ভট্ৰাচাৰ্য্যৰ । আহকচোন তেন্তে এপলক দৃষ্টি দিও।

IMG-20160909-WA0021 IMG-20160918-WA0002 IMG-20160918-WA0003

Comments (0)
Add Comment