ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ আমি সকলোৱে দেশ- বিদেশ ঘুৰো, অথচ আমাৰ উত্তৰ পূৰ্ৱাঞ্চলতেই তেনে কিছুমান সুন্দৰ ঠাই আছে যে গমেই নাপাও। তেনে কেইখনমান উত্তৰ পূৰ্ৱাঞ্চলৰ মনোমোহা সুন্দৰ ফটোৱে আজি ফটোগ্ৰাফী শিতানটো সজোৱা হ’ল। আশা ৰাখিছো নিশ্চয়কে ফটোকেইখন চাই আনন্দিত হ’ব।

main-East-garo-hills

IMG-20161211-WA0032

IMG-20161211-WA0031

IMG-20161211-WA0030

Comments (2)
Add Comment
  • ললিত

    প্ৰতিখন ফ’টৰ বৰ্ণনা দিলে সুবিধা হয় ।

  • sangeeta saikia

    nishoi ke..prayas kora hbo…