ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

ফুল ফুলক ৰ’দৰে ফুল…..। ফুলৰ বুকুতো লুকাই থাকে গীত আৰু কবিতা। শীতৰ সেমেকা ৰ’দালিত জিলিকা উঠা কেইপাহমান ফুল আজি ফটোগ্ৰাফীৰ শিতানত প্ৰকাশ কৰা হ’ল। ফটোকেইখন লেন্সেৰে আৱদ্ধ কৰিলে দীপাংকৰ আচাৰ্য্যই।

Comments (0)
Add Comment