ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

অপেক্ষা! প্ৰত্যেকৰে অপেক্ষা সুসময়লৈ অথবা সুযোগ সুবিধা অহালৈ। তলৰ চিত্ৰকেইখনে ক’ৰবাত নহয় ক’ৰবাত এইকথাকে ক’ব খুজিছে। চিত্ৰকেইখন আমালৈ প্ৰেৰণ কৰিলে আন্তৰ্জাতিক খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী জয়ন্ত গোস্বামীয়ে।

IMG-20161230-WA0037

IMG-20161230-WA0038

IMG-20161230-WA0039

Comments (0)
Add Comment