উত্তৰ পূবৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ নৃত্যৰে আজিৰ ফটোগ্ৰাফীৰ শিতানটো সজোৱা হ’ল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই নৃত্য সমূহ প্ৰদৰ্শিত হৈছিল “আদিবিম্ব” শীৰ্ষক এক অনুষ্ঠানত।