ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

উত্তৰ পূৰ্বাঞ্চলখন সচাই সৌন্দৰ্য্যৰ আকৰ, সৌন্দৰ্য্যৰ ভূমি। প্ৰাকৃতিকভাৱে সমৃদ্ধিশালী নৰ্থইষ্টলৈ সেয়েহে বহু পৰ্যটকৰ আগমন হয়। গতানুগতিকতাৰ পৰা আতৰি আপোনাৰ মনৰ খোৰাক যোগাবলৈ কেইখনমান ছবি আগবঢ়ালো। ছবিকেইখন লেন্সেৰে আবদ্ধ কৰিছিল বিজু বড়োৱে আৰু ছবিৰ স্থান চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ টুইনচাং।





ফটো- বিজু বড়ো

Comments (0)
Add Comment