ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

তোমাৰ মাজতে লুকাই থাকে,

বতৰৰ প্ৰতিটো আশা আৰু সপোন।

মোক বিশ্বাস দিয়া,

মই ঠিক তেনেদৰে প্ৰতিশ্ৰুতি দি যাম।।

ফুল কেইপাহে ক’ব বিচৰা কথাখিনি কলমেৰে ধৰি ৰাখি আপোনালৈ আগবঢ়ালো।ফটো কেইখন চাই কেনে পালে জনাবলৈ নাপাহৰিব।

IMG-20170330-WA0028

IMG-20170330-WA0029 - Copy

IMG-20170330-WA0030

IMG-20170330-WA0031

ফটো- অভিজিৎ দাস

Comments (0)
Add Comment