বতৰৰ ফুল, বতৰত ফুলে
প্ৰকাশিত কৰে
পোৱা নোপোৱা, আশা নিৰাশাৰ
এক প্ৰতিছবি
তেনে কেইখন মান বতৰৰ ফুলৰ ফটোৰে শিতানটো সজোৱা হ’ল। আহকচোন এপলক দৃষ্টি দিও।