ব্যস্ততাৰে ভৰা জীৱনত বহু সময়ত অৱসাদ আহি পৰে। টেনচন, হতাশাই আৱৰি ধৰে তেনে মূৰ্হুত্বৰ পৰা আপোনাক সকাহ দিবলে আজি আগবঢ়ালো নিয়মীয়া ফটোগ্ৰাফী শিতান ৰং বিৰঙ।