ৰং -বিৰঙ ফটোগ্ৰাফী শিতান

ৰং -বিৰঙ ফটোগ্ৰাফী শিতান

চোৱাচোন পখিলাটি

কেনে নো  শুৱনি,

কেনে নো ধুনীয়া তাৰ

পাখি দুখনি ।।

কেতিয়াবা ওপৰত

আকৌ তলত

এটা আহি বহিছেহি

আনটো ফুলত ।।

সৰুতে পঢ়া এটা কবিতাই পুনৰ মনক আন্দোলিত কৰিলে । NE Focus ৰ ফটোগ্ৰাফী শিতানটো আজি সকলোৱে ভাল পোৱা পখিলা ৰে সজালো। ফটোকেইখন সন্দীপ গগৈৰ পৰা সংগ্ৰহিত।

 
 
IMG-20161016-WA0018
 
IMG-20161016-WA0019
 
IMG-20161016-WA0020
 
IMG-20161016-WA0021
 

 

 

Comments (0)
Add Comment