ৰং বিৰঙ ফটোগ্ৰাফী শিতান

হৃদয়ৰ কোঠালিত গুঞ্জৰিত হয়

ফাগুন তোমাৰেই নাম,
অহৰহ উন্মনা কৰি থকা

তোমাৰেই নেকি কাম !
কেইখনমান ফাগুনৰ ফটোৰে আজিৰ শিতান সজোৱা হ’ল। আহকচোন এপলক দৃষ্টি দিও..

Comments (2)
Add Comment
  • Pranjal

    Photo credit kot

    • Sangeetasaikia

      Thankyou pranjal for ur nice photograph