বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে পয়োভৰ উত্তৰ পূৰ্বাঞ্চল । প্ৰত্যেকৰে ভাষা অথবা সংস্কৃতিৰ ভিন্নতা থকাৰ দৰে ভিন্নতা আছে সাজসজ্জাটো। আজিৰ ফটোগ্ৰাফী শিতান ৰং বিৰঙ সজোৱা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনজাতি যুৱতীৰ কেইখনমান ফটোৰে।ফটোকেইখন লেন্সেৰে আৱদ্ধ কৰিলে সন্দীপ গগৈয়ে।