ৰং -বিৰঙ ফটোগ্ৰাফী শিতান

জীৱন আৰু জীৱিকাৰ

আমিয়েই প্ৰকৃতিৰ প্ৰকৃত সংগী

আমাক চোৱা

আমাৰ আশাবোৰ, সপোনবোৰ চোৱা

বহু কথাই শিকিব পাৰিবা।

কেইখনমান ছবিয়ে ক’ব খোজা কিছু কথা প্ৰকাশ কৰা হ’ল। পক্ষীকুলে বহুসময়ত বহু কথাই কৈ যায়, বহু কথাই  শিকাই । ঠিক জীৱন আৰু জীৱিকাৰ বাবে কৰা অবিৰত সংগ্ৰামৰ কথাৰ দৰে । প্ৰিয় পাঠক, বহু সময়ত আমি এই ফটোগ্ৰাফী শিতানটোৰ জৰিয়তে বিভিন্ন ছবি মাধ্যমেৰে আপোনাৰ মনৰ খোৰাক যোগাব চেষ্টা কৰি আহিছো । ছবিকেইখন চাই কেনে পালে জনাবলৈ নাপাহৰিব।





বিজু বড়ো

Comments (0)
Add Comment