এপ’ল হস্পিতাল গুৱাহাটীৰ স্নায়ুবিজ্ঞান বিভাগৰ বৰ্ষপূৰ্তি উদযাপন

এপ’ল হস্পিতাল গুৱাহাটীৰ স্নায়ুবিজ্ঞান বিভাগৰ বৰ্ষপূৰ্তি উদযাপন

Apollo Hospital Guwahati (ইউনিট ইণ্টাৰনেশ্বনেল হস্পিতাল) য়ে স্নায়ুবিঞ্জান বিভাগৰ আজি বৰ্ষপুৰ্তি উদযাপন কৰে।  বহুতো নতুন তথা উন্নত প্রযুক্তি আৰু চিকিৎসা প্রনালীৰে মষ্টিষ্ক, স্নায়ু আৰু মেৰুদণ্ডৰ চিকিৎসা হস্পিতাল খনত স্নায়ুবিঞ্জান বিভাগটিয়ে সফলতাৰে প্রদান কৰি আহিছে।

IMG-20170918-WA0033

অভিজ্ঞ স্নায়ুশল্য চিকিৎসক, নিউৰ’ ক্রিটিকেল কেয়াৰ এক্সপাৰ্টৰ দ্বাৰা এই বিভাগটিৰ জৰিয়তে হস্পিতালখনে চিকিৎসা আগবঢ়াই আহিছে। এই কথা সদৰী কৰে Gateway Grandeur অনুষ্ঠিত হোৱা এক সংবাদ মেলত।

Comments (0)
Add Comment