নাৰী দিৱসৰ এক অনুষ্ঠান

শব্দ প্ৰদূষণে চৌদিশে প্ৰদূষণ সৃষ্টি কৰাৰ সময়তে ব্যতিক্ৰম মাসডোৰ সামাজিক সংগঠনে বহন কৰিছে এক পদক্ষেপ। অহা ৮ মাৰ্চত আয়োজন কৰিছে নাৰী সকলকলৈ এক কাৰ্য্যসূচী। ট্ৰেফিক সচেতনতা আৰু পদপথৰ বিভিন্ন সমস্যাৰ সজাগতা নাৰীসকলে সৃষ্টি কৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে অংশ গ্ৰহণৰ বাবে ৯৮৬৪০ ৪১৫৮২ যোগাযোগ কৰিব পাৰে। উল্লেখযোগ্য যে ১ জানুৱাৰীৰ দিনা মাসডোৰ ব্যতিক্ৰম কাৰ্য্যসূচী ৰাজ্যপালে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিছিল।

Comments (0)
Add Comment