অসমৰ কঁঠাল আৰু জলকীয়া ৰপ্তানি বিদেশলৈ পোন প্ৰথম বাৰৰ বাবে বিদেশলৈ ৰপ্তানি হৈছে । অলপতে অসমৰ কঁঠাল আৰু জলকীয়া ৰপ্তানি বিদেশলৈ পোন প্ৰথম বাৰৰ বাবে বিদেশলৈ ৰপ্তানি কৰা হৈছে । শুকুৰবাৰে বিয়লি বিলাসীপাৰাৰ পৰা আৰবৰ ডুবাইলৈ ৰপ্তানি কৰা হয় কঁঠাল আৰু জলকীয়া। ইয়াৰ ফলত কৃষক সকলৰ লগতে ৰাজ্যৰ অৰ্থ নৈতিক ব্যৱস্থা কিছু পৰিমাণে টনকিয়াল হব বুলি ধাৰণা কৰা হৈছে।
অসমৰ কঁঠাল আৰু জলকীয়া ৰপ্তানি বিদেশলৈ
