আই পি এলত জিলিকিছে আজমলৰ ব্যৱসায়

আই পি এলত জিলিকিছে আজমলৰ ব্যৱসায়

এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আই পি এলত। এই সময়তে ডুবাইত জিলিকিছে মৌলানা বদৰুদ্দিন আজমল মালিকানাধীন Ajmal perfumes য়ে। উল্লেখযোগ্য যে আজমল ফাউণ্ডেচন Mumbai Indians ৰ অন্যতম sponsor হিচাপে আছে। এগৰাকী ব্যৱসায়ী হিচাপে আজমলৰ এই সফলতাক গুণ মুগ্ধই প্ৰশংসা কৰিছে।
 
 
ইতিপূৰ্বেও  USA ৰ THE AMERICAN UNIVERSITY For GLOBAL PEACE নামৰ এটা সংস্থাই আজমলক প্ৰদান কৰিছিল প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে।ক’ৰণা মহামাৰীৰ সময়ত অসমকে ধৰি বহি:ৰাজ্যৰ অসহায়,বিপদগ্ৰস্ত লোকসকলক সহায় কৰা বাবে আজমলক ক’ৰণা যোদ্ধা হিচাপে  সংস্থাটোৱে সন্মানীত কৰিছে।

Comments (0)
Add Comment