এন ই ফ’কাচে ভৰি দিলে আৰু এটা নতুন বৰ্ষত

আজি আৰু এটা নতুন বৰ্ষত ভৰি দিলে এন ই ফ’কাচ ডট কমে।২০১৬ চনৰ ১৫ আগষ্টত জন্ম লাভ কৰিছিল এই পৰ্টেলটোৱে।

ভিৰৰ মাজত বিচলিত নহৈ পূৰ্বৰ স্থিতিৰে কেৱল ইতিবাচক খবৰক প্ৰাধান্য দিছে এন ই ফ’কাচ ডট কমে।যি সকলে আমাক এন ই ফ’কাচ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক সময়ত অনুপ্রেৰণা যোগালে অথবা হাত উজান দিলে, সেই সকলক আজিৰ এই বিশেষ ক্ষণত কৃতজ্ঞতা জ্ঞাপন কৰিছো।বিশেষকৈ সাংবাদিক বন্ধু সকলক ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে আগন্তুক দিনটোও সহযোগিতা কামনা কৰিছো।

ধন্যবাদেৰে
সম্পাদক
সংগীতা শইকীয়া।

Comments (0)
Add Comment