খবৰৰ মাজে মাজে

খবৰৰ মাজে মাজে
IMG-20170920-WA0014
শিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। এই উপলক্ষে মহানগৰীৰ চানমাৰিত পৰিয়ালৰ উদ্যোগত উদযাপিত হয় এই বিশেষ দিনটো। উপস্থিত থাকে মনিষা হাজৰিকা, মঞ্জুলা হাজৰিকা, জে পি দাসৰ লগতে বহু কেইজন সাংস্কৃতিক কৰ্মী।
IMG-20170920-WA0016
আনহাতে পূজা সমাগত হোৱাৰ প্রাকক্ষণত বিজয়া দশমী মহোৎসৱৰ আয়োজন তুংগত উঠিছে। উল্লেখযোগ্য যে এই মহোৎসৱ ১০ বছৰ অসমত ধৰি চলি আহিছে। এইবাৰ মহানগৰীৰ ফাঁচি বজাৰৰ পুৰণা জেলৰ সমীপত ৩০ চেপ্টেম্বৰত অনুষ্ঠিত হ’ব। বৰপেটাৰ আতাজবাজি, ৰাম বিজয় নাটক মূল আকৰ্ষণ হ’ব। স্থানীয় শিল্পীয়ে বিজয়া দশমীৰ প্ৰতীকী বনোৱাত ব্যস্ত হৈ পৰিছে। উদ্যোগতাই সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।
Comments (0)
Add Comment