খেল ৰত্নৰ বাবে মনোনীত হৈছে হিমা দাসৰ নাম

খেল ৰত্ন সন্মানৰ বাবে মনোনীত হৈছে ধিং এক্সপ্ৰেছ নামে খ্যাত হিমা দাস। ২০ বছৰীয়া এই এথলিট গৰাকীক অসম চৰকাৰে ক্ৰীড়া মন্ত্ৰণালয়ে মনোনীত কৰিছে।
 
 
 
উল্লেখযোগ্য যে ২০২০বর্ষত ৬ গৰাকী খেলুৱৈৰ নাম খেল ৰত্নৰ বাবে মনোনীত হৈছে । হিমা দাসৰ উপৰিও ৰোহিত শৰ্মা, নীৰজ চোপ্ৰা ,বিনেশ ফোগাট, মণিকা বাত্ৰা আৰু ৰাণী ৰামপালৰ নাম মনোনীত হৈছে।

Comments (0)
Add Comment