চাইবাৰ সুৰক্ষা সভা অনুষ্ঠিত

বিবেকানন্দ কেন্দ্ৰ কন্যা কুমাৰী কামৰূপৰ উদ্যোগত কালি বিবেকানন্দ কেন্দ্ৰত এখন চাইবাৰ সুৰক্ষা সভা অনুষ্ঠিত হয়।সভাত এছ পি কমিউনিকেশ্বন বিভাগৰ বিৰাজ দাসে চাইবাৰ সুৰক্ষাৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেখেতে কয় যে দিনে দিনে বৃদ্ধি হোৱা চাইবাৰ অপৰাধে জনসমাজলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বাবে জনসাধাৰণ সজাগ, সচেতন হোৱা উচিত।কালিৰ অনুষ্ঠানত বিবেকানন্দ কেন্দ্ৰ কন্যা কুমাৰী অৰূপ বৰা, দীপাংকৰ মহন্ত,মানস ৰায় বৰুৱা উপস্থিত থাকে।

Comments (0)
Add Comment