থ্ৰেড জুৱেলাৰীত অসমীয়া সোণালী সূতাক সংযোজন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে দুলিয়াজানৰ দীপক গগৈয়ে। দীপক গগৈয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ পৰা অলপতে এটা পদক আৰু মানপত্ৰ লাভ কৰে।
গুৱাহাটী আই আই ই প্ৰশিক্ষণ গ্ৰহণ কৰি জুৱেলাৰী ডিজাইনৰ স্বাৱলম্বীতাৰ সোপান ৰচা দীপক গগৈয়ে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে।দীপক গগৈৰ এই সাফল্যই দুলীয়াজান বাসীক আনন্দিত কৰিছে।
থ্ৰেড জুৱেলাৰীৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হ’ল দীপক গগৈৰ

Thank you so much NE Focus.