পি. ভি. সিন্ধুলৈ অভিনন্দন

পি. ভি. সিন্ধুলৈ অভিনন্দন

সমগ্ৰ দেশবাসীৰ গৌৰৱ অক্ষুন্ন ৰাখি ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আজুৰি আনিলে পি. ভি, সিন্ধুৱে । সিন্ধুৰ এই সাফল্যত সকলো আনন্দিত। উল্লেখযোগ্য যে সিন্ধু অলিম্পিকত ৰূপৰ পদক পোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা ।
 
IMG-20160820-WA0006
 
১৯৯৫ চনত ৬ জুলাইত হাইদৰাবাদত জন্ম গ্ৰহণ কৰা সিন্ধুৰ সম্পৰ্ণ নাম Pusarla Venkata Sindhu, যদিও পি. ভি, সিন্ধু হিচাপেহে বেছি পৰিচিত। সৰুৰে পৰা দৃঢ়মনা সিন্ধু আছিল কঠোৰ পৰিশ্ৰম কৰিব পৰা গুণৰ অধিকাৰী এগৰাকী ব্যক্তি বিশেষ। বহুতে ক’ব খোজে পি. ভি, সিন্ধুৱে নিজ পিতৃৰ পদাংক অনুসৰণ কৰিয়েই এই জয় যাত্ৰা অব্যাহত ৰাখিলে ।

 
IMG-20160820-WA0007
 
সিন্ধুৱে লাভ কৰা এই ৰূপৰ পদক সোণত কৈ কিন্তু কোনো গুণে কম নহয়। সিন্ধুৰ এই সাফল্যৰ বাবে বিভিন্ন ক্ষেত্ৰৰ ক্ৰীড়াপ্ৰেমী, বলিউদৰ তাৰকা সকলে অভিনন্দন জনাইছে। সিন্ধু লৈ NE Focus ৰ ফালৰ পৰা আমাৰো থাকিল বহু অভিনন্দন।

Comments (2)
Add Comment
  • JAYDEEP LASKAR

    ভাল লাগিল জানিবলৈ পাই । এই পৃষ্ঠাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • admin

    অশেষ ধন্যবাদ…..