পোহৰ – এক প্ৰদৰ্শনী

পোহৰ – এক প্ৰদৰ্শনী

IMG-20170805-WA0007

প্ৰেইণ্টিঙতকৈ এখন ফটো তুলি জীৱন্ত ৰূপত গঢ় দিয়াটো অতি কষ্টকৰ! কিন্তু অতি সুখৰ কথা যে আমাৰ মাজত এতিয়া ফটোগ্ৰাফী বিষয়টোৱে আমোদ জনকভাৱে প্ৰাধান্য লাভ কৰিছে। এই মন্তব্য শিল্পী ননী বৰপুজাৰীৰ। আজি আৰ্টিষ্ট গীল্ডত অসম ফটোগ্ৰাফী ক্লাবৰ “পোহৰ” শীৰ্ষক এক প্ৰদৰ্শনী মুকলি কৰি এই মন্তব্য কৰে।

IMG-20170805-WA0014

উল্লেখযোগ্য যে ৭ আগষ্টলৈকে চলি লগা এই প্ৰৰ্দশনী খন বিয়লি ২ বজাৰ পৰা ৭ বজালৈ মুকলি থাকিব। জানিব পৰা মতে “পোহৰ” নামৰ এই প্ৰদৰ্শনী খনত আজি ৮৩ জন ফটোগ্ৰাফাৰৰ ১০০ খন ফটো প্ৰদৰ্শিত হৈছে।

Comments (0)
Add Comment