মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই দেওবাৰে মুম্বাইৰ Jio Gardenত অনুষ্ঠিত FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ ‘Chiki-Miki’ প্ৰদৰ্শন কৰে। বহু আগশাৰীৰ মডেলে তেওঁ ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰাৰ উপৰিও বলিউদ সুন্দৰী তথা Actor/Director দিব্যা খোচলা কুমাৰক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষনীয় ৰূপত ShowStopper হিচাপে কেটৱাক কৰা দেখা গʼল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও সংযুক্তা দত্তৰ হৈ ৰেম্পত ৱাক কৰি থৈছে দিব্যা খোচলা কুমাৰে।
বলিউদ সুন্দৰী তথা অভিনেত্ৰী পৰিচালিকা দিব্যা খোচলা কুমাৰে মুম্বাইত অনুষ্ঠিত FDCI X Lakme Fashion Weekত ডিজাইনাৰ সংযুক্তা দত্তৰ শ্ব’জ টপাৰ হিচাপে খোজ দিলে
