বাস্কেটবলৰ প্ৰশিক্ষণ শিবিৰ

বাস্কেটবলৰ প্ৰশিক্ষণ শিবিৰ

IMG-20170714-WA0010

Basket Ball Association অসমৰ উদ্যোগত অহা ১৫ জুলাইত পৰা ২৮ জুলাই লৈকে নেহৰু ষ্টেডিয়ামত এলানি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ১০ বছৰৰ  উৰ্দ্ধৰ সকলো ল’ৰা-ছোৱালীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব পাৰি বুলি উদ্যোক্তাই সদৰী কৰিছে। প্ৰাপ্ত বাতৰি মতে এই প্ৰশিক্ষণত প্ৰশিক্ষক হিচাপে থাকিব বাস্কেট বলৰ চেম্পিয়ন প্ৰসান্না জায়াশংকৰ। উল্লেখযোগ্য যে প্ৰসান্ন জায়াশংকৰ হ’ল ১১ বাৰ সোণৰ পদক লাভ কৰা এগৰাকী অভিজ্ঞ প্ৰশিক্ষক আৰু সৰ্বমুঠ প্ৰায় ৬০ জন  ল’ৰা ছোৱালীক  Basket Ball ৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

আশা কৰা হৈছে এনে প্ৰশিক্ষণৰ যোগেদি উত্তৰ পূৱৰ খেলুৱৈয়ে নতুন মঞ্চ বিচাৰি পাব।

Comments (0)
Add Comment