মিছন চাইনা ৰ মিছন আৰম্ভ

মিছন চাইনা ৰ মিছন আৰম্ভ

ms

এই প্ৰজন্মৰ অন্যতম জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ “মিছন চাইনাই” (Mission China) আজি ছবিগৃহ মুক্তি পাব। ৰাজ্যৰ ৫৫টা ছবিগৃহত মুক্তি পাব Mission China। ইতিমধ্যে অসমৰ প্ৰায়বোৰ ছবিগৃহতে এসপ্তাহৰ টিকেটৰ বুকিং শেষ হৈছে বুলি জানিব পৰা গৈছে। ৰাস্তা ঘাটে, দোকান, হোটেলত আজি তাৰিখত কেৱল “মিছন চাইনাৰ” আদ্দা। সকলোৰো মুখত কেৱল মিছন চাইনাৰ কথা।

xmissionchina1-07-1504750151.jpg.pagespeed.ic.kTZ2JMvyUA

উল্লেখযোগ্য যে এই চিনেমা খনত জুবিন গাৰ্গক অভিনয় শিল্পী হিচাপে দেখা গৈছে। Youtube ত মিছন চাইনাৰ গানবোৰৰ ভিউৱাছৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। আশাকৰা হৈছে মিছন চাইনাই অসমীয়া চিনেমাৰ উদ্যোগলৈ ভাল খবৰ কঢ়িয়াই আনিব। এই ক্ষণত Nefocus.com ৰ ফালৰ পৰা জনাইছোঁ বহু শুভকামনা।

Comments (0)
Add Comment