হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক টাই আহোম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক টাই আহোম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কাজিৰঙা অঞ্চলৰ 50 জন ছাত্ৰ ছাত্ৰীক টাই আহোম ছাত্ৰ সন্থাই কালি সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আনুষ্ঠানিক কাৰ্য্যসূচীৰ পৰিবৰ্তে ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী সকলক সন্থাৰ বিষয় ববীয়াই অভিনন্দন জনায়। লগতে সন্থাটোৱে নাম ভৰ্তিৰ ক্ষেত্ৰত বিশেষ সহায় আগবঢ়াব বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment