অহা ৪ জুলাইত কামৰূপ জিলাৰ পৰিসীমাৰ আকাশ মাৰ্গত সকলোধৰণৰ মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা আৰোপ Read more
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা হ’ব অসমৰ ৰক্ষা কৱচ -আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ বৃদ্ধি পাব ৰাজনৈতিক শক্তি চাওলুং চ্যুকাফাৰ আদৰ্শৰে বৰ অসম গঢ়িব লাগিব, ব্যক্তিগত স্বাৰ্থৰ বাবে আঁহফলা ৰাজনীতিৰে নহয় Read more
৫ জুলাইৰ পৰা পাঁচদিনীয়াকৈ কাজিৰঙাত অসম প্রকাশন পৰিষদৰ অনুবাদ কৰ্মশালা ভাষা-সাহিত্যৰ প্ৰসাৰৰ লক্ষ্যৰে অভিলাষী প্ৰকল্প Read more
নলবাৰী জিলাৰ কমাৰকুছি আৰু গঙ্গাপুখুৰীপাৰত পাগলাদিয়া নদীৰ খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ, কমাৰকুছিত মথাউৰি বহল কৰি খহনীয়া ৰোধৰ কাম খৰতকীয়াকৈ কৰাৰ নিৰ্দেশ Read more
লক্ষীপুৰত উপস্থিত হৈ হাতী-মানুহৰ সংঘাতৰ বুজ ল’লে মন্ত্ৰী সিংহলে-পৰ্যালোচনা কৰিলে লক্ষীপুৰ পৌৰসভাৰ বিভিন্ন কাম-কাজৰ Read more