নগাঁৱত এতিয়াও অক্ষত অৱস্থাত আছে বহু পৌৰাণিক সমল।অলপতে পোহৰলৈ আহিছে বহু বছৰ ধৰি সংৰক্ষণ কৰি অহা আজান পীৰ চাহাবৰ তজবী আৰু চিলচিলা।উল্লেখযোগ্য যে মুজিৰুল হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে ।প্ৰবাদ আছে পবিত্ৰ মনৰে তজবীডাল লৈ আৰাধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।স্মতব্য যে ৭ পুৰুষ ধৰি এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে । অসমৰ বিভিন্ন অঞ্চলৰ লোকে এই সম্পদ সমূহ দৰ্শনৰ অৰ্থে আজিও সেই বিশেষ ঘৰখনত ভিৰ কৰে বুলি জানিব পৰা গৈছে ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন