দক্ষিণ ভাৰতৰ কেৰেলাৰ কেলিকাটত অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতা উজলি উঠিছে অসমৰ এগৰাকী যুৱতী।বিশ্বনাথ চাৰিআলিৰ বাবুল বেহুৰাৰ কন্যা চুহানী বেহুৰাই জুনিয়ৰ মডেল ইণ্টাৰনেচনেল প্ৰতিযোগিতা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে চুহানীয়ে চাদৰ মেখেলা পৰিধান কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিচাৰকৰ সন্মুখত প্ৰতিভা প্ৰদৰ্শন কৰিছিল ।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত