কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ কেগুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বি এন চি আৰ পি এফৰ মূখ্য কাৰ্য্যালয়ৰ উদ্যোগত আজি ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এক বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হয় ।এই বৃক্ষৰোপনৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে মহেশ কুমাৰে ।বাহিনীৰ বিষয়া জোৱান সকলে সৰ্বমুঠ প্ৰায় ২৪০টা গছ পুলি ৰোপন কৰে।জানিব পৰা মতে আগন্তুক দিনটোও তেওঁলোকে ৰাণীৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি যাব ।
Trending
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন