দুসময়ৰ মাজতে উত্তৰ পূবলৈ সুখবৰ কঢ়িয়াইছে এগৰাকী অৰুণাচলী যুৱতীয়ে। অৰুণাচল প্ৰদেশৰ টাচি য়ংজাম নামৰ যুৱতী গৰাকীয়ে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে প্ৰতিকূল বতৰ আৰু ক`ৰণা মাজতো অত্যাধিক সাৱধানতাৰে এভাৰেষ্ট জয় কৰে টাচি য়ংজামে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১১ মে’ত পুৱা ৬ বজাত তেওঁ সৰ্বোচ্চ শৃংগটোত আৰোহণ কৰে।মন কৰিবলগীয়া যে টাচি য়ংজামে নেচনেল ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং এণ্ড এডভেঞ্চাৰ স্পৰ্টৰ এগৰাকী প্ৰশিক্ষকা হিচাপে কৰ্মৰত হৈ আছে। এভাৰেষ্ট শৃংগত খোজ পেলায়ে টাচিয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰাৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু ডিৰাঙৰ বিধায়ক ফুৰপা চেৰিঙৰ ফটো প্ৰদৰ্শন কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি