অসমীয়া সাহিত্য প্ৰসাৰৰ বাবে কাম কৰিছে এগৰাকী সাংবাদিকে।কলিকতাৰ বাসিন্দা এই সাংবাদিক জনৰ নাম শক্তিময় দাস।উল্লেখযোগ্য যে শক্তিময় দাসে নামঘোষা, কীৰ্তন ঘোষা,ভক্তি ৰত্নাৱলী, বুঢ়ীআই সাধু,ঘুনুচা কীৰ্তন,গণেশ গগৈ ৰচনা সমগ্ৰ ,মিৰি জীয়ৰী,ৰংমিলিৰ হাঁহি,মহেশ্বৰ নেওগৰ প্ৰাচীন অসমীয়া সমাজ আৰু সংস্কৃতি,আদিকে ধৰি ৩৫ খন গ্ৰন্থ নিজা উদ্যোগত বাংলা ভাষালৈ অনুবাদ কৰিছে। কেৱল এইয়াই নহয় তেখেতে ভূপেন হাজৰিকাৰ কিছুমান গীতৰ অনুবাদৰ কামো লগতো জড়িত হৈ আছে।শক্তিময় দাসৰ এই কৰ্মক সকলোৱে শলাগ লৈছে।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা