শিৱসাগৰ জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বানত আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰান শ্বাহৰ ৮৬ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। আজি বিয়লি সাহিত্যিক গৰাকীৰ বাসগৃহৰ প্ৰাঙ্গণত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে সাহিত্যিক ইমৰান শ্বাহক সম্বধৰ্না জনোৱাৰ লগতে শব্দ অনুষ্ঠানৰ পৰা শব্দ সাহিত্য বঁটা : ২০১৮ প্ৰদান কৰে। অনুষ্ঠানটোত সাহিত্যিক ইমৰান শ্বাহৰ জোনাকৰ ছবি আৰু দোকমোকালি নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল