শ্ৰদ্ধাঞ্জলি

আজি ৫ নবেম্বৰ । সুধাকণ্ঠ ডo ভুপেন হাজৰিকাৰ ৫ম মৃত্য বাৰ্ষিক । আজি এই দিনটোত সুধাকণ্ঠ গৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এই গৰাকী মহা মানৱৰ মহানতা বিষয়ে লিখি কেতিয়াও ওৰ পেলাব নোৱাৰি সেয়ে যুগে যুগে প্ৰতিজন জনগণৰে বুকুত অমৰ হৈ ৰ’ব। আজি কেইখন মান চিত্ৰই NE Focusৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদিছো। 

Comments (0)
Add Comment