গ্ৰন্থ উন্মোচন

বিশিষ্ট শিল্পী, পৰিচালক সদানন্দ গগৈৰ চাৰি খন গ্ৰন্থ আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হয়। Glimpses of the Mighty Ahoms, চিনেমা, চাৰ্লি চেপলিন, দ্বিতীয় মহাসমৰৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থ কেইখন উন্মোচন কৰে ডo দয়ানন্দ পাঠক, ৰত্ন ওজা, মঞ্জুলা হাজৰিকা,আৰু মণিষা হাজৰিকাই। এই গ্ৰন্থ কেইখন প্ৰকাশ কৰি উলিয়াইছে বুক হাই প্ৰকাশনে। স্মতৰ্ব্য যে প্ৰায় দুবছৰ সময়ৰ ভিতৰত গ্ৰন্থ কেইখন লিখি উলিয়াইছে।

Comments (0)
Add Comment