বিশিষ্ট শিল্পী, পৰিচালক সদানন্দ গগৈৰ চাৰি খন গ্ৰন্থ আজি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন হয়। Glimpses of the Mighty Ahoms, চিনেমা, চাৰ্লি চেপলিন, দ্বিতীয় মহাসমৰৰ বুৰঞ্জী শীৰ্ষক গ্ৰন্থ কেইখন উন্মোচন কৰে ডo দয়ানন্দ পাঠক, ৰত্ন ওজা, মঞ্জুলা হাজৰিকা,আৰু মণিষা হাজৰিকাই। এই গ্ৰন্থ কেইখন প্ৰকাশ কৰি উলিয়াইছে বুক হাই প্ৰকাশনে। স্মতৰ্ব্য যে প্ৰায় দুবছৰ সময়ৰ ভিতৰত গ্ৰন্থ কেইখন লিখি উলিয়াইছে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন