ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

মই অসমৰ দুৰন্তৰ প্ৰেমিক

বেলি ফুলা শস্যত হাঁহিত

পুলকিত হয় মোৰ মন।

কোনো খৰস্ৰোতা নদীৰ শব্দত

প্ৰতিধ্বনিত হয় মোৰেই হাঁহি।

ৰঙা জিয়াৰ নাচোনত

দেও দি নাচে মোৰ মন।।

ফটো- আফ্ৰিন আশ্ৰাফ

Comments (2)
Add Comment
  • Manashi phukan

    Beautiful 🙂

  • Sangeetasaikia

    Thanks..