ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

2 73

মই অসমৰ দুৰন্তৰ প্ৰেমিক

বেলি ফুলা শস্যত হাঁহিত

পুলকিত হয় মোৰ মন।

কোনো খৰস্ৰোতা নদীৰ শব্দত

প্ৰতিধ্বনিত হয় মোৰেই হাঁহি।

ৰঙা জিয়াৰ নাচোনত

দেও দি নাচে মোৰ মন।।

IMG-20170110-WA0017

IMG-20170110-WA0016

IMG-20170110-WA0015

IMG-20170110-WA0014

IMG-20170110-WA0013

IMG-20170110-WA0011
ফটো- আফ্ৰিন আশ্ৰাফ

2 Comments
  1. Manashi phukan says

    Beautiful 🙂

  2. Sangeetasaikia says

    Thanks..

Leave A Reply

Your email address will not be published.