এয়া ব’হাগৰ সময়, হিয়াৰ কুঠৰীত ফাগুনে গুঞ্জৰিত কৰা সময়। বিহুৰ বতৰত ফুলি উঠা কিছুমান ফুল আজিৰ ফটোগ্ৰাফী শিতানটোত প্ৰকাশ কৰা হ’ল। আহকচোন এপলক দৃষ্টি দিও।