ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

ৰং- বিৰঙ ফটোগ্ৰাফী শিতান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোনেই হওক অথবা ওৰাং ৰাষ্ট্ৰীয় উদ্যোনেই হওক, বছৰৰ বিভিন্ন সময়ত বিভিন্ন দেশী বিদেশী পৰ্যটকে প্ৰকৃতিৰ লগত কিছুসময় অতিবাহিত কৰিবলৈ অহা দেখা যায়। এনে বোৰ উদ্যোনবোৰত নো কি দেখিবলৈ পোৱা যায় তাৰেই কেইখন দুখৰীয়া চিত্ৰ আজি প্ৰকাশ কৰা হ’ল। আশা কৰো চিত্ৰসমূহ চাই ভাল পাব।

IMG-20161123-WA0016 - Copy

IMG-20161123-WA0015

IMG-20161123-WA0014

IMG-20161123-WA0013

ফটো- দিব্যজ্যোতি হাজৰিকা আৰু সন্দীপ গগৈ
Comments (1)
Add Comment
  • admin

    Good Photography